শেহতীয়া খবৰ
ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত...  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ বেদখল, অসমৰ মাটিত শ শ হেক্টৰ তামোল পুলি  •  ঘৰৰ মজিয়াত ওলাল ঘৰিয়াল, তাৰ পিছত...  •  ঢকুৱাখনাৰ চাৰিকৰীয়া নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ  •  ৰহাত অভিনন্দন অনুষ্ঠান, শিক্ষকসকলে ভক্তিভাবেৰে শিক্ষাদান কৰকঃ প্ৰহ্লাদ মছৰং  •  যোৰহাটত ভোগদৈৰ বানে ছিঙিলে মথাউৰি, ভয়ংকৰ পৰিৱেশৰ সৃষ্টি, VIDEO  •  জম্মু-কাশ্মীৰত আৰক্ষীয়ে ধ্বংস কৰিলে সন্ত্ৰাসবাদীৰ শিবিৰ...  •  আত্মবিশ্বাসী প্ৰমিলা-উৰ্খাওঃ টৰ্চত ভোট দিবলৈ কৈছিল বিপিএফৰ মুৰব্বীয়েঃ উৰ্খাও গৌৰা ব্ৰহ্ম  •  মথুৰাপুৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান

‘অনিল আম্বানীয়ে যুঁজাৰু বিমান বাদেই, কাগজৰ বিমানো নিৰ্মাণ কৰিব নোৱাৰে’

296

ডিজিটেল ডেস্কঃ গুজৰাটৰ গান্ধী নগৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে এক ৰেলীত অংশ গ্ৰহণ কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। ৰেলী কাৰ্যসূচীত কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে অনিল আম্বানীক কটাক্ষ কৰি কয়- ‘অনিল আম্বানীক যুঁজাৰু বিমান নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে। কিন্তু মই দাবী কৰিছো, তেওঁ কাগজৰ বিমানো নিৰ্মাণ কৰিব নোৱাৰে।’

গান্ধীনগৰত ৰাহুল গান্ধীয়ে লগতে কয়- ‘প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় ভাৰতীয় বায়ু সেনাৰ ৩০হাজাৰ কোটি টকা চুৰ কৰি অনিল আম্বানীক দিছে। বিমুদ্ৰাকৰণৰ পাছত বেংকৰ সন্মুখত দীঘলীয়া শাৰী পাতিছিল দুখীয়া, কৃষক-শ্ৰমিক ৰাইজে, ক’লা ধন থকা সকলে নহয়।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি