প্ৰতিশ্ৰুতি ৰাখি ৰাহুল গান্ধীয়ে ক’লেঃ দেখিলে আপোনালোকে, কৃষকৰ ঋণ ৰেহাই হ’ল, VIDEO

প্ৰতিশ্ৰুতি ৰাখি ৰাহুল গান্ধীয়ে ক’লেঃ দেখিলে আপোনালোকে, কৃষকৰ ঋণ ৰেহাই হ’ল, VIDEO

ডিজিটেল ডেস্কঃ মঙলবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক সাংবাদিকে কৃষকসকলৰ ঋণৰ ক্ষেত্ৰত কৰা প্ৰশ্ন কৰে। ৰাহুল গান্ধীয়ে মুখত এটি হাঁহি লৈ সাংবাদিকসকলক উত্তৰ দিয়ে- 'দেখিলে, দেখিলেনে আপোনালোকে। এই ক্ষেত্ৰত আৰম্ভ হৈছে কাম।'

উল্লেখ্য যে, সোমবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই ৰাজ্যখনৰ কৃষক সকলৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰে৷ লগতে তেওঁ কৃষকসকলৰ ঋণ ৰেহাইৰ ফাইলত হস্তাক্ষৰ কৰি প্ৰথমটো প্ৰতিশ্ৰুতি পূৰণ কৰে। ইফালে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ভূপেশ বাঘালেও কৃষকসকলৰ ঋণ ৰেহাইৰ ঘোষণা কৰ।

চাওঁক ৰাহুল গান্ধীৰ সেই ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in