কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে…

কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে…

ডিজিটেল ডেস্ক : কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । লগতে সাংবাদিক গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছ নেতা গৰাকীয়ে । টুইট যোগে শোক প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ।

তেওঁ টুইটত লিখে – বিজেপি নেতাৰ দূৰ্নীতি প্ৰকাশ কৰাৰ বাবে অসমৰ সাংবাদিক পৰাগ ভূঞাক সন্দেহ জনক পৰিস্থিতি হত্যা কৰা হৈছিল । তেওঁৰ পৰিয়ালৈ সমবেদনা জ্ঞাপন কৰিছো । অসম,মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ বিজেপি শাসিত ৰাজ্য সমূহত সত্য প্ৰকাশ কৰা সাংবাদিক সকলৰ মুখ বন্ধ কৰাৰ লগতে সংবাদিক সকলক যি সকলে মৃত্যু মুখলৈ ঠেলি দিছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in