এইবাৰ পাকিস্তানৰ সমৰ্থকৰ ৰূপত চামগুৰিত বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ এআইইউডিএফৰ কৰ্মী!

এইবাৰ পাকিস্তানৰ সমৰ্থকৰ ৰূপত চামগুৰিত বদৰুদ্দিন আজমলৰ ঘনিষ্ঠ এআইইউডিএফৰ কৰ্মী!
  • এইবাৰ দেশদ্ৰোহী ৰূপত এ আই ইউ ডি এফৰ কৰ্মী।
  • ছ'চিয়েল মিডিয়াযোগে চলাইছে অপপ্ৰচাৰ।
  • 'কাশ্মীৰত ৯৪ হাজাৰ কাশ্মীৰি মুছলমানক হত্যা আৰু ১০ নাৰীক ধৰ্ষণ কৰিছে।'
  • এইদৰেই ফেচবুকত শ্বেয়াৰ কৰিছিল এটা পোষ্ট।
  • দীৰ্ঘদিন ধৰি ভাৰতবিৰোধী প্ৰচাৰ চলাই আহিছিল এই ব্যক্তিজনে।
  • ব্যক্তিজনৰ নাম ৰহমত উল্লাহ।
  • বদৰুদ্দিন আজমলৰো অতি ঘনিষ্ঠ ৰূপে পৰিচিতি তেওঁ।
  • ঘটনাক কেন্দ্ৰ কৰি চামগুৰিত প্ৰতিবাদ।
  • দেশদ্ৰোহী চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী।
  • পাকিস্তান মুৰ্দাবাদ ধ্বনি দিলে প্ৰতিবাদকাৰীয়ে।
  • দীৰ্ঘদিন ধৰি এই ব্যক্তিজনে দেশদ্ৰোহী মন্তব্য আৰু পোষ্ট শ্বেয়াৰ কৰি আছিল।
  • আৰক্ষীক দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী।
  • ৰহমত উল্লাহৰ ঘৰ চামগুৰিৰ লৰিমুখত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in