শেহতীয়া খবৰ
অপেক্ষাৰ ২২ জানুৱাৰী...  •  অপেক্ষাৰ ২২ জানুৱাৰী...  •  খেল' ইণ্ডিয়াত বিহু-পেঁপা হ'লগৈ হিপহপ, মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ আগতেই আৰম্ভ সামৰণি অনু্ষ্ঠান, আধাতে বন্ধ কৰি পুনৰ আৰম্ভ...  •  শান্তি আলোচনালৈ সহাৰি দি মুকলি আকাশৰ তললৈ এনডিএফবি(এছ)ৰ দুধৰ্ষ নেতা বি বিদায়  •  মহাকাশলৈ যাবলৈ প্ৰস্তুত ভিয়মিত্ৰা, VIDEO  •  মহাকাশলৈ যাবলৈ প্ৰস্তুত ভিয়মিত্ৰা, VIDEO  •  শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ! বিজেপি বিধায়কৰ পদত্যাগ...  •  'জেদ প্লাছ' নিৰাপত্তা হেৰুৱাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে...  •  অসম-মেঘালয় সীমান্তৰ অয়ডোৱা-বাংগালকাটা কালি মন্দিৰৰ মাটি খন্দাক লৈ উত্তেজনা  •  "কা" বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা

ৰহাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদল, VIDEO

75

ডিজিটেল সংবাদ, ৰহাঃ কেবৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে ৰহাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বুধবাৰে উলিয়ালে বিশাল জোঁৰ সমদল।

প্ৰায় দুই শতাধিক পুৰুষ মহিলাই ৰহা চহৰৰ মাজেৰে উলিওৱা এই জোঁৰ সমদলে কঁপাই তুলিলে ৰহা চহৰ।

প্ৰতিবাদী জনতাই হাতে হাতে জোঁৰ লৈ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। লগতে কেব গৃহীত হ’লে পৰিস্থিতি ভয়ংকৰ হোৱাৰো হুংকাৰ দিয়ে কৃষক মুক্তিৰ নগাওঁ জিলা সমিতিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি