ৰহাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল, VIDEO

ৰহাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল, VIDEO
  • ৰহাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ।
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল।
  • কেব কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ।
  • যুৱ ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • ৰহা চহৰত বিশাল জোঁৰ সমদল।
  • বিজেপি চৰকাৰ হায় হায় শ্ল'গানেৰে উত্তাল প্ৰতিবাদ।
  • যুৱ ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰকো কঠোৰ সমালোচনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in