কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা আৰ মাধৱন…

কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা আৰ মাধৱন…
  • কোৰোনাত আক্ৰান্ত বলিউদৰ জনপ্ৰিয় অভিনেতা আৰ মাধৱন ।
  • বৃহস্পতিবাৰে অভিনেতা জনৰ দেহত ধৰা পৰে কোভিড ১৯ ৰ উপস্থিতি ।
  • অভিনেতা গৰাকী মধ্য প্ৰদেশত শ্বুটিঙত ব্যস্ত আছিল বুলি জানিব পৰা গৈছে ।
  • সমাজিক মাধ্যম যোগে অভিনেতা গৰাকীয়ে আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰে ।
  • ইফালে কেইদিনমান আগতে বলিউদৰ চুপাৰষ্টাৰ আমিৰ খান আক্ৰান্ত হৈছিল কোৰোনাত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in