শেহতীয়া খবৰ
অখিল গগৈৰে অসমীয়া প্ৰতিদিনৰ এক্সক্লুছিভ সাক্ষাৎকাৰঃ কিয় বেয়া পাইছে অখিলক পৰেশ বৰুৱাই?  •  চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...

কোৰোনাত আক্ৰান্ত বলিউদৰ অভিনেতা আৰ মাধৱন…

  • কোৰোনাত আক্ৰান্ত বলিউদৰ জনপ্ৰিয় অভিনেতা আৰ মাধৱন ।
  • বৃহস্পতিবাৰে অভিনেতা জনৰ দেহত ধৰা পৰে কোভিড ১৯ ৰ উপস্থিতি ।
  • অভিনেতা গৰাকী মধ্য প্ৰদেশত শ্বুটিঙত ব্যস্ত আছিল বুলি জানিব পৰা গৈছে ।
  • সমাজিক মাধ্যম যোগে অভিনেতা গৰাকীয়ে আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰে ।
  • ইফালে কেইদিনমান আগতে বলিউদৰ চুপাৰষ্টাৰ আমিৰ খান আক্ৰান্ত হৈছিল কোৰোনাত ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি