প্ৰতীকি ফটো
Published on:
Updated on:
- মহানগৰীৰ শিশু গৃহৰ পৰা পলায়ন ৪টি শিশুৰ।
- পাঞ্জাবাৰীত থকা শিশু গৃহৰ পৰা পলায়ন কৰে শিশু কেইটাই।
- দুটি শিশুক উদ্ধাৰ কৰে চাইল্ডলাইনে।
- উদ্ধাৰ কৰা শিশু দুটিৰ ঘৰ ধেমাজি আৰু গোলাঘাটৰ বৰপথাৰত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in