পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ চন্নী…

পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ চন্নী…
  • অৱশেষত কংগ্ৰেছে ঘোষণা কৰিলে পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰীৰ নাম।
  • চৰণজিৎ চন্নী পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।
  • ছণ্ডীগড়ত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত চৰণজিৎ চন্নীক পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰা হয়।
  • কেপ্টেইন অমৰিন্দৰ সিঙে শনিবাৰে পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী পদৰ পৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in