ৰাজ্যৰ জনসংযোগ বিভাগৰ বিষয়াৰ ৰদবদল

ৰাজ্যৰ জনসংযোগ বিভাগৰ বিষয়াৰ ৰদবদল
  • বুধবাৰে ৰাজ্যৰ জনসংযোগ বিভাগৰ বহুকেইজন বিষয়াৰ ৰদবদল।
  • দিল্লীৰ আছাম ইনফৰ্মেচন চেণ্টাৰলৈ যুটীয়া সঞ্চালক দীননাথ লয়িঙক বদলি।
  • উপ-সঞ্চালক সঞ্জীৱ কুমাৰ বৰুৱাক দিল্লীৰ মুখ্য কাৰ্যালয়লৈ বদলি।
  • শিৱসাগৰৰ জনসংযোগ বিষয়া শাৰদী গগৈক যোৰহাটলৈ বদলি।
  • ঠিক তেনেদৰে কামৰূপ(ম) ৰ জনসংযোগ বিষয়া হেমচন্দ্ৰ পাঠকক বদলি বাক্সালৈ।
  • ইফালে যোৰহাটৰ জনসংযোগ বিষয়া সমীৰ শাণ্ডিল্যক জনসংযোগৰ মুখ্য কাৰ্যালয়লৈ বদলি।
  • শিৱসাগৰৰ জনসংযোগ বিষয়া হিচাপে বদলি চৈয়দা হাছনাহানাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in