মণিপুৰৰ পূব ইম্ফলত নিৰ্বাচনী হিংসা, উন্মত্ত লোকে ক্ষতিসাধন কৰিলে ভোটকেন্দ্ৰ-ইভিএম

মণিপুৰৰ পূব ইম্ফলত নিৰ্বাচনী হিংসা, উন্মত্ত লোকে ক্ষতিসাধন কৰিলে ভোটকেন্দ্ৰ-ইভিএম
  • মণিপুৰৰ পূব ইম্ফল জিলাত নিৰ্বাচনী হিংসা।
  • একাংশ উন্মত্ত লোকে ক্ষতিসাধন কৰিলে ভোটকেন্দ্ৰৰ লগতে ইভিএমৰ।
  • ইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে শূণ্যলৈ।
  • ক্যামগেই মাখা লেইকাইত সংঘটিত হৈছে এই ঘটনা।
  • ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে কেন্দ্ৰটোত।
  • ভোটকেন্দ্ৰটোত পুনৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in