শেহতীয়া খবৰ
শিৱসাগৰত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ, VIDEO  •  গৰৈমাৰীৰ মানসিক বিকাৰগ্ৰস্ত যুৱক তেজপুৰৰ পৰা সন্ধানহীন  •  কেবৰ বিৰুদ্ধে ওলাই আহিল এবিভিপি! সংগঠনটোৰ ১২ সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কৰিলে পদত্যাগ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দৰঙত আছুৰ উদ্যোগত বাইক ৰেলী, VIDEO  •  গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক'লা পতাকা প্ৰদৰ্শন, VIDEO  •  গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আছুৰ ক'লা পতাকা প্ৰদৰ্শন, VIDEO  •  সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক অনিয়মঃ বিভাগীয় নিৰ্দেশ আওকাণ কৰি ৬ বছৰে অস্থায়ী অধ্যক্ষই মেলিছে লুণ্ঠনৰ জাল...  •  সোণতলী আঞ্চলিক মহাবিদ্যালয়ত ব্যাপক অনিয়মঃ বিভাগীয় নিৰ্দেশ আওকাণ কৰি ৬ বছৰে অস্থায়ী অধ্যক্ষই মেলিছে লুণ্ঠনৰ জাল...  •  বিজেপি এৰি কেব বিৰোধী আন্দোলনত যোগ দিবলৈ যতীন বৰাক আহ্বান জুবিনৰ...  •  বিজেপি এৰি কেব বিৰোধী আন্দোলনত যোগ দিবলৈ যতীন বৰাক আহ্বান জুবিনৰ...

জন্মস্থান নামতিত অভিনেত্ৰী অমৃতা গগৈ, প্ৰতিঘাতৰ সংলাপ আওৰাই ব্যাপক প্ৰচাৰ অভিযান, VIDEO

476

ডিজিটেল সংবাদ, নামতিঃ কাঞ্চনজংঘা, মিছন ছাইনা, ৰত্নাকৰৰ পিছত অসমীয়া ছবিগৃহলৈ আহি আছে প্ৰতিঘাত। প্ৰতিঘাত নামৰ ছবিখনক লৈ উজনিৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰচাৰ অভিযান।ছবিৰ প্ৰমোচনৰ বাবে জন্মস্থান নামতিত শনিবাৰে উপস্থিত হ’ল অমৃতা গগৈ।

অমৃতাৰ লগতে পদ্মনাভকে ধৰি বহুকেইজন প্ৰতিঘাতৰ অভিনেতা নামতিত উপস্থিত হোৱাৰ লগে লগে আনন্দত ঘেৰি ধৰিলে অমৃতাক। বহুতে ল’লে ছেলফি। কোলাত কেচুৱা লৈ মাৰিলে ছেলফি, আনন্দত নাচিলেও।

অসমীয়া ছবিজগতত বেয়া দিন অহা নাই বুলি কয় প্ৰতিঘাতৰ নায়িকা অমৃতাই। তেওঁ কয়, অসমীয়া ছবিজগতলৈ সোণালী দিন আহিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি