শেহতীয়া খবৰ
অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে অসমৰ শিল্পীৰ সা-সামগ্ৰীৰ লগতে বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...  •  ‘আমাৰ যুদ্ধ কাশ্মীৰৰ বাবে, কাশ্মীৰ বিৰুদ্ধে নহয়...’

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু এবিএমছুৰ উত্তাল প্ৰতিবাদ

49

ডিজিটেল সংবাদ, শালবাৰীঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য অগ্নিগৰ্ভা হৈ থকাৰ সময়তে ৪১ নং সৰভোগ সমষ্টিৰ অন্তৰ্গত তথা বাক্সা বৰপেটাৰ সীমামূৰীয়া ডুমুনীঘাটত বৰপেটা ৰোড আৰু ডুমুনী কাটাঝাৰ কৃষক মুক্তি,  ছাত্ৰ মুক্তি আৰু শালবাৰী জিলা এবিএমছুৰ উদ্যোগত মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰা হয়৷

সংগঠন কেইটাৰ নেতা-কৰ্মীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি গ’ বেক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, RSS গ’ বেক, নৰেন্দ্ৰ মোডী মিছলীয়া, বিজেপি হুঁচিয়াৰ, ৰঞ্জিত দাস মুৰ্দাবাদ, ছাত্ৰ মুক্তি জিন্দাবাদ, কৃষক মুক্তি জিন্দাবাদ, এবিএমছু জিন্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি