দৰমহা নিদিয়াক লৈ যোৰহাটত চাহ শ্ৰমিকৰ উত্তপ্ত পৰিস্থিতি

দৰমহা নিদিয়াক লৈ যোৰহাটত চাহ শ্ৰমিকৰ উত্তপ্ত পৰিস্থিতি
  • সপ্তমীৰ দিনাই যোৰহাট চেনিজান চাহ বাগিছাত উত্তেজনা।
  • পূজাত দৰমহা নিদিয়াক কেন্দ্ৰ কৰি ক্ষুদ্ধ শ্ৰমিকৰ উত্তপ্ত পৰিস্থিতি।
  • উত্তেজিত শ্ৰমিকে আৱদ্ধ কৰিলে বাগিছাৰ পৰিচালকক।
  • নিৰিখ অনুসৰি বোনাচ নিদিয়াৰো অভিযোগ শ্ৰমিক সকলৰ।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in