মুখ্যমন্ত্ৰী আৰু মৃণাল হাজৰিকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ বাঙালী সংগঠনৰ

মুখ্যমন্ত্ৰী আৰু মৃণাল হাজৰিকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ বাঙালী সংগঠনৰ
  • শদিয়াৰ গুলীচালনাৰ ঘটনাক লৈ ঢেকিয়াজুলিত বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ উত্তাল প্ৰতিবাদ।
  • মুখ্যমন্ত্ৰী সোণোৱাল আৰু আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাৰ পুত্তলিকা দাহ কৰিলে প্ৰতিবাদকাৰীসকলে।
  • জনসাধাৰণক নিৰাপত্তা দিয়াত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ সংগঠনটোৰ।
  • বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদথলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in