চুমিলা হত্যাৰ ন্যায় বিচাৰি ৰহাত প্ৰতিবাদ…

চুমিলা হত্যাৰ ন্যায় বিচাৰি ৰহাত প্ৰতিবাদ…
  • চুমিলা হত্যাৰ ন্যায় বিচাৰি ৰহাত অব্যাহত আছে প্ৰতিবাদ ।
  • দেওবাৰে ৰহা খাইগড়ত এক প্ৰতি‌বাদ‌‌ সাব্যস্ত কৰে প্ৰগতিশীল নাৰী সন্থাই ।
  • চুমিলা হত্যকাণ্ডৰ আৰু কণমানি দিপশিখা অপৰাধীক চৰম শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ।
  • ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰিবলৈ দেওবাৰে প্ৰগতিশীল নাৰী সন্থাই প্ৰতিবাদ সাৱ্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in