ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ ৰাজ্যিক ৰে'ল মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ৷ ৰাজেন গোহাঁইৰ গ্ৰেপ্তাৰৰ দাবীত বটদ্ৰৱাৰ কদমনিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

হাতে হাতে প্লে কাৰ্ড লৈ ৰাজেন গোহাঁই মূৰ্দাবাদ ধ্বনিৰে ধিং-নগাওঁ ৰাজপথত এক প্ৰতিবাদী সমদল বাহিৰ কৰে সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in