ওদালগুৰিত বিপিএফৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন বিশ্বজিৎ দৈমাৰী…

ওদালগুৰিত বিপিএফৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন বিশ্বজিৎ দৈমাৰী…
  • পুনৰ প্ৰতিবাদৰ সন্মুখীন বিশ্বজিৎ দৈমাৰী।।
  • ওদালগুৰিৰ হৰিশিঙাত সংঘটিত হয় এই ঘটনা।
  • কবিৰালিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণৰ সময়তে এই প্ৰতিবাদ বিপিএফ কৰ্মীৰ।
  • হৰিশিঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰিঞ্জয় বড়োৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল।
  • প্ৰতিবাদকাৰীসকলে দৈমাৰীৰ কনভয়ৰ সন্মুখতে জ্বলালে পুত্তলিকা।
  • বিশ্বজিৎ দৈমাৰী মুৰ্দাবাদ, বিশ্বজিৎ দৈমাৰী বিশ্বাসঘাটত ধ্বনিৰে প্ৰতিবাদ সাৱস্ত্য কৰে প্ৰতিবাদকাৰীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in