শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

কইনা সাজত প্ৰিয়ংকাক দেখি নিকে কিয় টুকিলে চকুলো ? ভাইৰেল VIDEO

2,818

ডিজিটেল ডেস্কঃ বহু জল্পনা-কল্পনাৰ ওৰ পেলাই অৱশেষত ৰাজকীয়ভাৱে তেওলোকৰ বিবাহ সম্পন্ন হৈছিল। বহুতে বহু কথা কৈছিল ‘দৰা কম বয়সীয়া, কইনাৰ বয়স বেছি।’ এইসকলোবোৰ কথা তল পেলাই ২ ডিচেম্বৰত যোধপুৰত নিকে প্ৰিয়ংকাক আনুষ্ঠানিকভাৱে পত্নীৰ মৰ্যদা দিলে।

এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে ধুমধামেৰে সম্পন্ন হল বিবাহ। পূৰ্বে যদিও বিবাহৰ ভিডিঅ’ ভাইৰেল হোৱা নাছিল,দিন বাগৰাৰ লগে লগে ক্ৰমান্বয়ে ভাইৰেল হৈছে প্ৰিয়ংকা নিকৰ বিয়াৰ বহু ভিডিঅ। বিবাহৰ যিসময়ত বগাসাজেৰে প্ৰিয়ংকা নিকৰ ওচৰলৈ আহিছিল,সেই সময়ৰ এটি ভিডিঅ’ শেহতীয়াকৈ ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে।

বগা সাজত পৰীৰ দৰে দেখা প্ৰেমিকা তথা হবলগীয়া পত্নীক দেখি নিকৰ চকুৰে বাগৰি আহিছিল চকুলো। সেই ভিডিঅ’টো-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি