শুকুৰবাৰে উত্তৰ প্ৰদেশলৈ যাব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শুকুৰবাৰে উত্তৰ প্ৰদেশলৈ যাব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।
  • ৰাজ্যখনৰ চনভদ্ৰালৈ যাব নেত্ৰীগৰাকী।
  • ১৭ জুলাইত ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘৰ্ষত প্ৰাণ হেৰুওৱা লোকসকলৰ খবৰ ল'ব তেওঁ।
  • উল্লেখ্য যে, ১৭ জুলাইত ভূমিকেন্দ্ৰীক বিবাদত গুলীবিদ্ধ হৈ প্ৰাণ হেৰুৱাইছিল ১০জন লোকে।
  • ৯০ বিঘা ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in