কোভিড পৰিস্থিতি সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত বহিব প্রধানমন্ত্ৰী মোডী…
- আজি গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে এই বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে।
- বিয়লি ৪.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই বৈঠক।
- কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব আলোচনা।