প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰীৰ স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰীৰ স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…
  • পুনেত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰীক সাক্ষাৎ কৰিলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'লে প্ৰধানমন্ত্ৰীয়ে।
  • 'আমি তেওঁ শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছো।'
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাছত এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in