অনুষ্ঠানৰ মাজতে ভূটানৰ সাংসদক প্ৰধানমন্ত্ৰী মোডীয়ে দিলে ভুকু! চাওক VIDEO

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনীয়া ভূটান যাত্ৰাৰ দেওবাৰে অন্ত পৰে। ভূটানৰ পৰা আহিয়ে প্ৰধানমন্ত্ৰীয়ে সাক্ষাত কৰিব দিল্লীৰ এইমছত ভৰ্ত্তি হৈ থকা দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী অৰুণ জেটলীক। যোৱা ২ দিন ধৰি ভূটানৰ বহুকেইটা অনুষ্ঠানত অংশ লোৱা মোডীৰ শেহতীয়াকৈ ভাইৰেল হৈছে এটা ভিডিঅ।

উভতাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ভূটানৰ সাংসদ সকলৰ সৈতে এক অনুষ্ঠানত অংশ লৈছিল। ৰয়েল ভূটান বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ শেষৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটানৰ এজন সাংসদৰ সৈতে ধেমালি কৰা দেখা গল। প্ৰধানমন্ত্ৰীৰ সৈতে সাংসদজনৰ এই অন্তৰংগ মুৰ্হূত বম্দী হল প্ৰেক্ষাগৃহত উপস্থিত থকা দৰ্শক আৰি সাংবাদিকৰ কেমেৰাত। এই ভিডিঅটো-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in