শেহতীয়া খবৰ
অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ...  •  'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প

অনুষ্ঠানৰ মাজতে ভূটানৰ সাংসদক প্ৰধানমন্ত্ৰী মোডীয়ে দিলে ভুকু! চাওক VIDEO

16,325

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুদিনীয়া ভূটান যাত্ৰাৰ দেওবাৰে অন্ত পৰে। ভূটানৰ পৰা আহিয়ে প্ৰধানমন্ত্ৰীয়ে সাক্ষাত কৰিব দিল্লীৰ এইমছত ভৰ্ত্তি হৈ থকা দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী অৰুণ জেটলীক। যোৱা ২ দিন ধৰি ভূটানৰ বহুকেইটা অনুষ্ঠানত অংশ লোৱা মোডীৰ শেহতীয়াকৈ ভাইৰেল হৈছে এটা ভিডিঅ।

উভতাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ভূটানৰ সাংসদ সকলৰ সৈতে এক অনুষ্ঠানত অংশ লৈছিল। ৰয়েল ভূটান বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ শেষৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটানৰ এজন সাংসদৰ সৈতে ধেমালি কৰা দেখা গল। প্ৰধানমন্ত্ৰীৰ সৈতে সাংসদজনৰ এই অন্তৰংগ মুৰ্হূত বম্দী হল প্ৰেক্ষাগৃহত উপস্থিত থকা দৰ্শক আৰি সাংবাদিকৰ কেমেৰাত। এই ভিডিঅটো-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি