প্ৰট’কল ভংগ কৰি আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক আদৰণি প্ৰধানমন্ত্ৰী মোডীৰ…

প্ৰট’কল ভংগ কৰি আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক আদৰণি প্ৰধানমন্ত্ৰী মোডীৰ…
  • প্ৰট'কল ভংগ কৰি আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক আদৰণি প্ৰধানমন্ত্ৰী মোডীৰ।
  • চৰ্দাৰ বল্লভভাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ট্ৰাম্পক আদৰণি প্ৰধানমন্ত্ৰী মোডীৰ।
  • বিমান বন্দৰত প্ৰধানমন্ত্ৰীয়ে সাৱটি ধৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক।
  • কিছু সময় পূৰ্বে বিমান বন্দৰত অৱতৰণ কৰিছে ট্ৰাম্পৰ বিমান।
  • কন্যা ইভাংকা, জোঁৱাই আৰু পত্নীৰ সৈতে ভাৰত ভ্ৰমণলৈ আহিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
  • গুজৰাটী লোক নৃত্যৰে আদৰণি জনোৱা হয় তেওঁক ভাৰতলৈ।
  • ইয়াৰ পৰা সবৰমতি আশ্ৰমলৈ যাব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in