শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

শুকুৰবাৰে নিশা পুনেত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, শনি-দেওবাৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰে বৈঠক…

262
  • শুকুৰবাৰে নিশা পুনেত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • ৭ আৰু ৮ ডিচেম্বৰত তেওঁ মহাৰাষ্ট্ৰৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশ ল’ব।
  • কিছু সময়ৰ পিছতে আৰম্ভ হ’ব শনিবাৰৰ বৈঠকখন।

  • মহাৰাষ্ট্ৰ আৰক্ষীৰ ডাইৰেক্টৰ জেনেৰেল আৰু ইন্সপেক্টৰ জেনেৰেলৰ কনফাৰেন্সত ভাগ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, ৰাজ্যপাল ভগত সিং কৌশ্বিয়াৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি