শুকুৰবাৰে নিশা পুনেত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, শনি-দেওবাৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰে বৈঠক…

শুকুৰবাৰে নিশা পুনেত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, শনি-দেওবাৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰে বৈঠক…
  • শুকুৰবাৰে নিশা পুনেত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • ৭ আৰু ৮ ডিচেম্বৰত তেওঁ মহাৰাষ্ট্ৰৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশ ল'ব।
  • কিছু সময়ৰ পিছতে আৰম্ভ হ'ব শনিবাৰৰ বৈঠকখন।
  • মহাৰাষ্ট্ৰ আৰক্ষীৰ ডাইৰেক্টৰ জেনেৰেল আৰু ইন্সপেক্টৰ জেনেৰেলৰ কনফাৰেন্সত ভাগ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • শুকুৰবাৰে নিশা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, ৰাজ্যপাল ভগত সিং কৌশ্বিয়াৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in