প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীক সাক্ষাৎ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীক সাক্ষাৎ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ…
  • গুজৰাটত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ।
  • দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ গৈছে ৰাষ্ট্ৰপতিগৰাকী।
  • ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে দেওবাৰে পুৱাৰ ভাগতে গুজৰাটত উপস্থিত হৈ সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃ হীৰাবেন মোডীক।
  • গান্ধীনগৰৰ বাসগৃহত প্ৰধানমন্ত্ৰীৰ মাতৃক সাক্ষাৎ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in