আজি ঘোষণা হ’ব ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল…

আজি ঘোষণা হ’ব ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল…
  • আজি ঘোষণা হ'ব ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল।
  • ১৮ জুলাইত অনুষ্ঠিত হৈছিল দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন।
  • এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম
  • লগতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা।
  • ২৫ জুলাইত অনুষ্ঠিত দেশৰ ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in