মই ৰাইজৰ বাবে যুঁজিছোঃ অভিনেতা প্ৰকাশ ৰাজ

মই ৰাইজৰ বাবে যুঁজিছোঃ অভিনেতা প্ৰকাশ ৰাজ
  • মঙলবাৰে নিৰ্বাচনী প্ৰচাৰত অংশ লয় অভিনেতা প্ৰকাশ ৰাজে।
  • বাংগালুৰু সংসদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰকাশ ৰাজে।
  • সংবাদমাধ্যমৰ আগত প্ৰকাশ ৰাজে কয়-
  • 'মই কাৰো বিৰুদ্ধে যুঁজ দিয়া নাই।'
  • 'মই কেৱল সৰ্বসাধাৰণ বাবে যুঁজি আছো।'
  • 'গণতন্ত্ৰত সঠিক প্ৰাৰ্থীক নিৰ্বাচন কৰা অৰ্থ হ'ল ৰাইজ জয়ী হোৱা।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in