অসমত এতিয়া সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা দুয়োজনেই মুখ্যমন্ত্ৰী…

অসমত এতিয়া সৰ্বানন্দ সোণোৱাল-হিমন্ত বিশ্ব শৰ্মা দুয়োজনেই মুখ্যমন্ত্ৰী…
  • ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত হিমন্ত বিশ্বক তীব্ৰ কটাক্ষ প্ৰদ্যুত্‍ বৰদলৈৰ।
  • হিমন্ত বিশ্ব শৰ্মাক অসমৰ নতুন জিন্না আখ্যা প্ৰদ্যুত্‍ বৰদলৈৰ।
  • 'অসমত হিন্দু লোকৰ জনসংখ্যা বৃদ্ধি কৰাটো বিজেপি আৰু  আৰ এছ এছৰ দীৰ্ঘদিনৰ এজেণ্ডা।'
  • 'অমিত শ্বাহৰ ৰাজনৈতিক উদ্দেশ্য উত্তৰ-পূৰ্বাঞ্চলত হিন্দুৰ ভোট বৃদ্ধি কৰা।'
  • 'হঠাৎ দেশপ্ৰেমিক হৈছে হিমন্ত বিশ্ব শৰ্মা। সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই'।'
  • অসমত এতিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োজনেই মুখ্যমন্ত্ৰী বুলিও মন্তব্য বৰদলৈৰ।
  • সৰ্বানন্দ সোণোৱালক ছুৰী মাৰি হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে বুলিও ক'লে প্ৰাক্তন মন্ত্ৰীজনে।
  • '৯ বছৰ অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা।'
  • 'কংগ্ৰেছত থাকোতে তেওঁ অসম চুক্তিৰ বিৰোধিতা কৰা নাছিল।'
  • 'বিধেয়কৰ বিৰোধিতাৰ বাবে জনমত গঠন কৰিব কংগ্ৰেছে।'
  • তৰুণ গগৈৰ ৰাজনৈতিক বিচক্ষণতা সৰ্বজনবিদিত, আমি তেওঁৰ নেতৃত্বত কাম কৰিম বুলিও ক'লে প্ৰদ্যুত্‍ বৰদলৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in