শীঘ্রেই গ্রেপ্তাৰৰ সম্ভাৱনা! প্রদীপ দত্ত ৰয়ক ৩ ঘণ্টা জেৰা আৰক্ষীৰ…

শীঘ্রেই গ্রেপ্তাৰৰ সম্ভাৱনা! প্রদীপ দত্ত ৰয়ক ৩ ঘণ্টা জেৰা আৰক্ষীৰ…
  • পোষ্টাৰ কাণ্ডক লৈ BDFৰ মুৰব্বী প্রদীপ দত্ত ৰয়ক আৰক্ষীৰ তলব।
  • শীঘ্রেই গ্রেপ্তাৰৰ সম্ভাৱনা প্রদীপ দত্ত ৰয়ক।
  • কাছাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰয়ক ৩ ঘণ্টা জেৰা।
  • ৰয়ে অসমীয়া পোষ্টাৰ আঁতৰোৱাক লৈ প্রশাসনক দিছিল হুংকাৰ।
  • ৰয়ৰ এই হুংকাৰৰ পাছতে আতৰাই দিয়া হৈছিল পোষ্টাৰ।
  • ইয়াৰ পাছতে সমগ্ৰ অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
  • এই বিষয়ৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰিছিল।
  • আছুয়ে ৰয়ৰ গ্ৰেপ্তাৰৰ দাবীৰে ৰূপায়ন কৰিছিল প্ৰতিবাদী কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in