আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ প্ৰদীপ কুমাৰৰ…

আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ প্ৰদীপ কুমাৰৰ…
  • আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ পদত্যাগ।
  • দেওবাৰে পদত্যাগ কৰে প্ৰদীপ কুমাৰে।
  • এছ আই পৰীক্ষা কেলেংকাৰীৰ পাছতে পদত্যাগ কৰে তেওঁ।
  • এই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে সমষ্ট দায়িত্ব স্বীকাৰ প্ৰদীপ কুমাৰৰ।
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কত উত্থাপন কৰাহৈছিল প্রথমে এই প্ৰশ্ন।
  • প্ৰদীপ কুমাৰৰ নেতৃত্বত কেনেদৰে এই পৰীক্ষা স্বচ্ছভাৱে অনুষ্ঠিত হ'ব জানো প্ৰশ্ন উত্থাপন হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in