ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি পৰ্তুগীজ ৰাষ্ট্ৰপতিৰ…

ৰাজঘাটত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি পৰ্তুগীজ ৰাষ্ট্ৰপতিৰ…
  • দিল্লীৰ ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী পৰ্তুগীজ ৰাষ্ট্ৰপতি মাৰ্চেল' ৰেবেলো ডে চাওচাৰ।
  • ৪ দিনীয়া ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিছে পৰ্তুগীজ ৰাষ্ট্ৰপতিগৰাকী।
  • ১৬ ফেব্ৰুৱাৰী পৰ্যন্ত ভাৰতৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰিব তেওঁ।
  • লগতে পৰ্তুগালৰ সৈতে ভাৰতৰ বানিজ্যিক আৰু কূটনৈতিক সম্পৰ্ক সন্দৰ্ভতো কৰিব আলোচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in