শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

মহানগৰীৰ নাৰেংগীত নামনিমুৱা কলংপাৰ যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ কেইবাশ লিটাৰ চুলাই মদ

198
  • মহানগৰীৰ নাৰেংগী ষ্টেচনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান।
  • ৰে’ল আৰক্ষীয়ে চলাইছে এই অভিযান।
  • অভিযানত জব্দ কেইবাশ লিটাৰ চুলাই মদ।
  • নামনিমুৱা কলংপাৰ যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ কৰা হয় চুলাইখিনি।
  • আৰক্ষীয়ে অভিযানত জব্দ কৰা সুৰাখিনি নষ্ট কৰি দিয়ে।
  • বিগত কিছুদিন ধৰি আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান।
  • ইয়াৰ পূৰ্বেও আৰক্ষীয়ে জব্দ কৰিছিল বহু পৰিমাণৰ সুৰা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি