মহানগৰীৰ নাৰেংগীত নামনিমুৱা কলংপাৰ যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ কেইবাশ লিটাৰ চুলাই মদ

মহানগৰীৰ নাৰেংগীত নামনিমুৱা কলংপাৰ যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ কেইবাশ লিটাৰ চুলাই মদ
  • মহানগৰীৰ নাৰেংগী ষ্টেচনত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান।
  • ৰে'ল আৰক্ষীয়ে চলাইছে এই অভিযান।
  • অভিযানত জব্দ কেইবাশ লিটাৰ চুলাই মদ।
  • নামনিমুৱা কলংপাৰ যাত্ৰীবাহী ৰে'লৰ পৰা জব্দ কৰা হয় চুলাইখিনি।
  • আৰক্ষীয়ে অভিযানত জব্দ কৰা সুৰাখিনি নষ্ট কৰি দিয়ে।
  • বিগত কিছুদিন ধৰি আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান।
  • ইয়াৰ পূৰ্বেও আৰক্ষীয়ে জব্দ কৰিছিল বহু পৰিমাণৰ সুৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in