ত্ৰিপুৰাত আৰক্ষীৰ গুলিবৰ্ষণত নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি…

ত্ৰিপুৰাত আৰক্ষীৰ গুলিবৰ্ষণত নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি…
  • উত্তৰ ত্ৰিপুৰাত আৰক্ষীৰ গুলিবৰ্ষণত নিহত হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাইছে।
  • আঘাটপ্ৰাপ্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
  • এই আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰথম অৱস্থাত এজন আছিল।
  • উল্লেখ্য যে, ত্ৰিপুৰাত হাজাৰ হাজাৰ আদিৱাসী শৰণাৰ্থীক পুণৰ সংস্থাপন কৰাৰ দাবীত আন্দোলনকাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in