শেহতীয়া খবৰ
নিৰ্বাচিত পেনেললৈ প্ৰেৰণ কৰা নহয় বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক!  •  অসম আৰক্ষীৰ স্থায়ী সঞ্চালকপ্ৰধানৰূপে নিযুক্তি ভাস্কৰজ্যোতি মহন্তক....  •  অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ’ব কুল শইকীয়া...  •  অৰ্ধসামৰিক বাহিনীৰ বৰ্বৰ আক্ৰমণঃ চিকিৎসালয়লৈ যোৱা লোকেও নাপালে ৰেহাই...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  ক্ষোভৰ জুইত জ্বলিছে দিশপুৰ! গুলী, লাঠি, কন্দোৱা গেছ একোকেই কেৰেপ কৰা নাই প্ৰতিবাদী জনতাই, বৰঝাৰত আৱদ্ধ খোদ মুখ্যমন্ত্ৰী...  •  কেব বিৰোধী প্ৰতিবাদত শংকিত ৰজাঘৰীয়া! ২৪ ঘণ্টাৰ বাবে অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  ট্ৰেফিক পইণ্টৰ পাছত আৰক্ষীৰ সন্মুখতে বাছ জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে...  •  অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, অসমত বন্ধ ইন্টাৰনেট সেৱা...  •  কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান...

পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক

46
  • পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া।
  • জেংখাৰ ৰংচুপিত অসুস্থ ২৫জন লোক।
  • চড়ক পূজাৰ পিছতে সংঘটিত হয় এই অঘটন।
  • আহাৰ গ্ৰহণ কৰিয়ে অসুস্থ হৈ পৰে লোকসকল।
  • অসুস্থ লোকসকল চিকিৎসাধীন হৈ আছে খেৰণী চিকিৎসালয়ত।
  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বিষক্ৰিয়া হোৱাৰ কাৰণ।
  • মাংস আৰু তেলৰ পৰা বিষক্ৰিয়া হোৱাৰ সন্দেহ ৰাইজৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি