পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক

পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক
  • পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া।
  • জেংখাৰ ৰংচুপিত অসুস্থ ২৫জন লোক।
  • চড়ক পূজাৰ পিছতে সংঘটিত হয় এই অঘটন।
  • আহাৰ গ্ৰহণ কৰিয়ে অসুস্থ হৈ পৰে লোকসকল।
  • অসুস্থ লোকসকল চিকিৎসাধীন হৈ আছে খেৰণী চিকিৎসালয়ত।
  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বিষক্ৰিয়া হোৱাৰ কাৰণ।
  • মাংস আৰু তেলৰ পৰা বিষক্ৰিয়া হোৱাৰ সন্দেহ ৰাইজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in