নীৰৱ মোডীৰ বিত্তীয় কেলেংকাৰীত জড়িত পঞ্জাৱ নেচনেল বেংকৰ ২ জন বিষয়াক বৰ্খাস্ত

নীৰৱ মোডীৰ বিত্তীয় কেলেংকাৰীত জড়িত পঞ্জাৱ নেচনেল বেংকৰ ২ জন বিষয়াক বৰ্খাস্ত
  • পঞ্জাৱ নেচনেল বেংকৰ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত বেংকৰ ২ বিষয়াক বৰ্খাস্ত।
  • প্ৰতিষ্ঠানটোৰ ১৩,৫০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত নীৰৱ মোডীৰ সৈতে জড়িত থকাৰ অপৰাধত বৰ্খাস্ত কৰা হৈছে বিষয়া দুজনক।
  • শনিবাৰে কেন্দ্ৰীয় চৰকাৰে বৰ্খাস্ত কৰে বিষয়া দুজনক।
  • বৰ্খাস্ত হোৱা কাৰ্যকৰী সঞ্চালক দুজন হ'ল- সঞ্জীৱ চৰণ আৰু কে.বীৰা ব্ৰক্ষাজী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in