জন্মদিনৰ শুভেচ্ছা জনাবলৈ বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীৰ বাসগৃহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী… VIDEO

জন্মদিনৰ শুভেচ্ছা জনাবলৈ বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীৰ বাসগৃহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী… VIDEO
  • বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীৰ বাসগৃহত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • এল কে আদৱানীক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • এল কে আদৱানীৰ ৯২ সংখ্যক জন্মদিনত তেওঁৰ বাসগৃহত উপস্থিত হয় প্রধানমন্ত্ৰী মোডীৰ লগতে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু।
  • লগতে উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ কাৰ্যবাহী সভাপতি জে পি নড্ডাও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in