কেনে আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং…

কেনে আছে  প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং…

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। এই কথা সদৰি কৰিছে এইমছৰ চিকিতসকে। এইমছৰ চিকিতসকে সদৰি কৰা অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্য পূৰ্বৰ তুলনাত উন্নতি হৈছে। ইফালে সিঙৰ আশু আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। উল্লেখ্য যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ স্বাস্থ্য যোৱা বুধবাৰে অৱনতি ঘটাৰ বাবে ভৰ্তি কৰা হৈছিল দিল্লীস্থিত এইমছত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in