প্ৰধানমন্ত্ৰী মোডীয়ে অসমীয়াত জনালে ভোগালী বিহুৰ শুভেচ্ছা…

প্ৰধানমন্ত্ৰী মোডীয়ে অসমীয়াত জনালে ভোগালী বিহুৰ শুভেচ্ছা…
  • বুধবাৰে হেঁপাহৰ ভোগালী বিহু।
  • পুৱাই অগ্নি দেৱতাক সেৱা জনাই ৰাজ্যত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা ৰাজ্যবাসীৰ।
  • সমাজৰ পৰা সকলো অশান্তি নাশ কৰি অসমত সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাইজে উলহ-মালহেৰে উদযাপন কৰিছে ভোগালী বিহু।
  • পুৱাই অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
  • টুইটাৰ যোগে অসমীয়াতে প্ৰধানমন্ত্ৰী মোদীয়ে অসমবাসীক জনালে বিহুৰ শুভেচ্ছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in