কেন্দ্ৰীয় মধ্যমিক শিক্ষা পৰিষদৰ সৈতে এক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

কেন্দ্ৰীয় মধ্যমিক শিক্ষা পৰিষদৰ সৈতে এক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…
  • কেন্দ্ৰীয় মধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছচি ব'ৰ্ডৰ সৈতে এক বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
  • বৈঠকত শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংককে ধৰি কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকিব ।
  • বুধবাৰে বিয়লি অনুষ্ঠিত হ'ব বৈঠক ।
  • বৈঠকত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিয়া সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাবনা ।
  • ৪ মেত চিবিএছচি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ব'ৰ্ডে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in