চাবুৱাৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

চাবুৱাৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
  • শনিবাৰে চাবুৱাৰ বিশাল জনসভাত অংশ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • চাবুৱাৰ বিজেপি প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী গৰাকীৰ।
  • অসমবাসীক ফাকুৱাৰ শুভেচ্ছা জনাই ভাষণৰ আৰম্ভণি মোডীৰ।
  • কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
  • কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰিবলৈ অসমবাসীক আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • চাহ-শ্ৰমিকৰ দুৰ্দ্দশাক লৈ কংগ্ৰেছে খেলা কৰিছেঃ মোডী
  • কংগ্ৰেছৰ অপ-শাসনৰ বাবে চাহ শ্ৰমিকৰ আজি এই অৱস্থাঃ মোডী
  • চাবুৱাৰ চাহে সমগ্ৰ বিশ্বতে সুগন্ধি বিলাইছে, এই বক্তব্য নৰেন্দ্ৰ মোডীৰ
  • গামোচাখন ডিঙিত লৈ মই গৌৰৱ অনুভৱ কৰোঁঃ মোডী
  • কংগ্ৰেছৰ মিত্ৰতাই অসমৰ সভ্যতা-সংস্কৃতিৰ ক্ষতি কৰিবঃ মোডী
  • এজন চাহ বিক্ৰেতা হোৱাৰ বাবে চাহ শ্ৰমিকৰ দুৰ্দ্দশা মই বুজি পাওঁঃ মোডী
  • অসমত ডাবল ইঞ্জিনৰ চৰকাৰ মজবুত কৰাৰ বাবে এয়া আশীৰ্বাদঃ মোডী
  • কংগ্ৰেছৰ দীঘলীয়া শাসনৰ বাবে অসম বহু দূৰ পিছুৱাই গৈছিলঃ মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in