শেহতীয়া খবৰ
ৰাজস্থানত নিয়ন্ত্ৰণ হেৰুৱাই বিবাহযাত্ৰী কঢ়িওৱা বাছ পৰিলগৈ নদীত, ১৮ জনৰো অধিক লোকৰ মৃত্যু...  •  ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...

দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী… VIDEO

183
  • দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • চুবুৰীয়া দেশখনত উপস্থিত হোৱা পাছতেই উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী মোডীক।
  • ইতিমধ্যে থিম্ফুৰ তাজ তাশী হোটেলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোডী।
  • প্ৰবাসী ভাৰতীয়সকলে আদৰণি জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক।
  • পাৰোৰ পৰা থিম্ফুলৈ সমগ্ৰ পথৰ পাৰত থিয় হৈ নাগৰিকসকলে জনালে আদৰণি।
  • হাতে হাতে ভাৰত আৰু ভূটানৰ পতাকা লৈ মোডীক জনালে আদৰণি।
  • ১৭ আৰু ১৮ আগষ্টত ভূটানত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি