দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী… VIDEO

দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী… VIDEO
  • দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • চুবুৰীয়া দেশখনত উপস্থিত হোৱা পাছতেই উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰী মোডীক।
  • ইতিমধ্যে থিম্ফুৰ তাজ তাশী হোটেলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোডী।
  • প্ৰবাসী ভাৰতীয়সকলে আদৰণি জনাইছে প্ৰধানমন্ত্ৰীগৰাকীক।
  • পাৰোৰ পৰা থিম্ফুলৈ সমগ্ৰ পথৰ পাৰত থিয় হৈ নাগৰিকসকলে জনালে আদৰণি।
  • হাতে হাতে ভাৰত আৰু ভূটানৰ পতাকা লৈ মোডীক জনালে আদৰণি।
  • ১৭ আৰু ১৮ আগষ্টত ভূটানত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in