বিজেপি জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীৰ বাসভৱনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী…

বিজেপি জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীৰ বাসভৱনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী…
  • লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পাছত শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডী উপস্থিত বিজেপিৰ জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীৰ বাসভৱনত।
  • বিজেপিৰ দলৰ সকলো কৰ্মী-সমৰ্থকৰ মাজত ব্যাপক উচাহ-উদ্দীপনা।
  • প্রধানমন্ত্ৰী মোডীয়ে নিজৰ জয়ীৰ বাবে লালকৃষ্ণ আদৱানীকো ধন্যবাদ জনায়।
  • প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়-
  • 'আজি মই আদৰণীয় আদৱানীজীক ফোন কৰিছিলো।'
  • 'আমাৰ এই সফলতাৰ তেওঁৰ দৰে এজন জ্যেষ্ঠ নেতাৰ মাৰ্গদৰ্শনৰ বাবেই হৈছে।'
  • 'তেওঁ বহু দশক ধৰি আমাৰ দলৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in