সোমবাৰে বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • সোমবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • ইফালে বৃদ্ধি অথবা হ্ৰাস হোৱা নাই ডিজেলৰ মূল্য।
  • আজি পেট্ৰ'লত বৃদ্ধি পালে ০৬ পইচা।
  • সোমবাৰে গুৱাহাটী মহানগৰীত পেট্ৰ'লৰ প্ৰতিলিটাৰৰ মূল্য ৭২.৫১ টকা।
  • ঠিক তেনেদৰে ডিজেলৰ প্ৰতিলিটাৰত ৬৬.৬৯ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in