পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

1,060
  • মঙলবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস হয় ০.১৪ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.০৯ টকা হ্ৰাস।
  • বৰ্তমান দিল্লী পেট্ৰ’লৰ প্ৰতিলিটাৰত ৭৮.৪২ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৩.০৭ টকা।
  • মুম্বাইতো হ্ৰাস পাইছে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৩.৯২ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৬.৫৭ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি