হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • সোমবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস হয় ০.২২ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.২০ টকা হ্ৰাস।
  • বৰ্তমান দিল্লী পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৮.৫৬ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৩.১৬ টকা।
  • মুম্বাইতো হ্ৰাস পাইছে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৪.০৬ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৬.৬৭ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in