পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস হয় ০.১৭ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.১৬ টকা হ্ৰাস।
  • বৰ্তমান দিল্লী পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৭.৮৯ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭২.৫৮ টকা।
  • মুম্বাইতো হ্ৰাস পাইছে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৩.৫০ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৬.০৫ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in