বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • মঙলবাৰে বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • পেট্ৰ'লত ১০ পইচা আৰু ডিজেলত ৭ পইচাকৈ বৃদ্ধি পালে।
  • মঙলবাৰে গুৱাহাটী মহানগৰীত পেট্ৰ'লৰ মূল্য ৭০.০৮ টকা আৰু ডিজেলৰ মূল্য ৬৪.৮৯ টকা।
  • সোমবাৰে গুৱাহাটীত পেট্ৰ'লৰ মূল্য আছিল ৬৯.৯৮ টকা আৰু ডিজেলৰ মূল্য আছিল ৬৪.৮২ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in