হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • সোমবাৰেও হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • আজি পেট্ৰ'লত ২০ পইচা আৰু ডিজেলত ১৮ পইচাকৈ হ্ৰাস।
  • গুৱাহাটীত আজি পেট্ৰ'লৰ মূল্য ৭৬.১৯ টকা আৰু ডিজেলৰ মূল্য ৭২.১১ টকা।
  • দেওবাৰে মহানগৰীত পেট্ৰলৰ মূল্য আছিল ৭৬.৩৯ টকা আৰু ডিজেলৰ মূল্য আছিল ৭২.২৯ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in