পেট্ৰ’ল-ডিজেলৰ মাধমাৰ অব্যাহত…

পেট্ৰ’ল-ডিজেলৰ মাধমাৰ অব্যাহত…
  • মঙলবাৰেও বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • আজি পেট্ৰ'লত ৭ পইচা আৰু ডিজেলত ১১ পইচাকৈ বৃদ্ধি পালে।
  • আজি গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭১.৭৯ টকা।
  • আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৮.২০ টকা।
  • দেওবাৰৰ দিনটোত পেট্ৰ'লৰ মূল্য আছিল ৭১.৭২ টকা আৰু ডিজেলৰ মূল্য আছিল ৬৮.০৯ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in